Surprise Me!

যোৰহাটৰ মহিলা সাংবাদিকক আক্ৰমণ || Female Journalist of Assam Attack by Businessman

2022-10-14 1 Dailymotion

অবৈধভাৱে আতছবাজী বিক্ৰী কৰাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা দুই সাংবাদিকক আক্ৰমণ ব্যৱসায়ীৰ।

অবৈধভাৱে আতছবাজী বিক্ৰী কৰা ব্যৱসায়ীজনৰ আক্ৰমণত হাত ভাঙিল মহিলা সাংবাদিকৰ।

ব্যৱসায়ী অংকুৰ গুপ্তাই সাংবাদিকক আক্ৰমণ কৰি কাঢ়ি নিলে সাংবাদিকৰ মোবাইল ফোন।

সাংবাদিকৰ আক্ৰমৰণ এই ঘটনা সংঘটিত হৈছে যোৰহাট চহৰত।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে বিতৰ্কিত ব্যৱসায়ী অংকুৰ গুপ্তাক আটক কৰে যদিও কিছু মূহুৰ্ততে মুকলি আকাশৰ তললৈ আহে যোৰহাটৰ বিতৰ্কিত ব্যৱসায়ী অংকুৰ গুপ্তা।

ইফালে সাংবাদিকক বিতৰ্কিত ব্যৱসায়ী অংকুৰ গুপ্তাই আক্ৰমণ কৰা ঘটনাক তীব্ৰ গৰিহণা দিছে যোৰহাটৰ সাংবাদিক সকলে।

সাংবাদিক সকলৰ লগতে বিভিন্ন দল সংগঠনে বিতৰ্কিত ব্যৱসায়ী অংকুৰ গুপ্তাক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে।